ଅର୍ଥ : যাৰ মানৱীকৰণ কৰা হৈছে
ଉଦାହରଣ :
সন্ধ্যা সুন্দৰী আকাশৰ পৰা নামি আহিছে বাক্যটোত সন্ধ্যাক মানৱকৃত ৰূপত কল্পনা কৰা হৈছে
ଅର୍ଥ : মানুহৰ দ্বাৰা নির্মিত বা নি্র্মাণ কৰা
ଉଦାହରଣ :
চকী, মেজ আদি মানৱ সৃষ্ট বস্তু
ସମକକ୍ଷ : মানৱ কৃত, মানৱ নির্মিত, মানৱ সৃষ্ট, মানৱ-নির্মিত