ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কামত বা কথাত মানা কৰা
ଉଦାହରଣ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
ସମକକ୍ଷ : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন
ଅର୍ଥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ଉଦାହରଣ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
ସମକକ୍ଷ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান
ଅର୍ଥ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
ଉଦାହରଣ :
ସମକକ୍ଷ : মানি লোৱা, সহা, সহ্য কৰা
ଅର୍ଥ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
ଉଦାହରଣ : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
ସମକକ୍ଷ : স্বীকাৰ কৰা, স্বীকৃতি দিয়া
ଅର୍ଥ : যাক নিষেধ কৰা হৈছে
ଉଦାହରଣ : এই বিলত ্সাঁতোৰাত বাধা আছে
ସମକକ୍ଷ : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা
ସଂସ୍ଥାପନ କରନ୍ତୁ