ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মাচুল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মাচুল   বিশেষ্য

ଅର୍ଥ : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য

ଉଦାହରଣ : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়

ସମକକ୍ଷ : ভাড়া, ভাৰা, শুল্ক

ଅର୍ଥ : কোনো কামৰ সলনি লোৱা বা দিয়া ধন

ଉଦାହରଣ : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল

ସମକକ୍ଷ : ফিজ, শুল্ক