ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অত্যধিক মূল্যৰ:তেওঁৰ সৰুৰে পৰা মূল্যবান বস্তু কিনাত চখ আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : অমূল্য, দামী, বহুমূলীয়া, বহুমূল্য, মহঙা, মূল্যবান, মৰগীয়া
ଅର୍ଥ : যাৰ উচিত মূল্যতকৈ দাম অধিক হয়
ଉଦାହରଣ : গাঁৱৰ তুলনাত চহৰৰ বস্তু যথেষ্ট দামী
ସମକକ୍ଷ : দামী, মহঙা, মৰগীয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ