ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
ଉଦାହରଣ : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
ସମକକ୍ଷ : ডাঙৰ
ଅର୍ଥ : যিজন বৰ ভাল আৰু বহুত সন্মানীয়
ଉଦାହରଣ : মহাত্মা গান্ধী এজন মহান ব্যক্তি আছিল
ସମକକ୍ଷ : উদাৰহৃদয়, মহাভাগ, মহামতি, মহৎ, সুমহান
ସଂସ୍ଥାପନ କରନ୍ତୁ