ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মহত্ত্বপূর্ণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মহত্ত্বপূর্ণ   বিশেষণ

ଅର୍ଥ : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে

ଉଦାହରଣ : আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি

ସମକକ୍ଷ : ওজন, গুৰুত্বপূর্ণ

ଅର୍ଥ : যাৰ কোনো বিশেষ মহত্ত্ব আছে বা যাৰ উপযোগিতা আদি গ্রহণযোগ্য আৰু যাৰ আন কথাৰ ওপৰত প্রভাৱ পৰে

ଉଦାହରଣ : আজিৰ আলোচনা সভাত সমাজৰ বিকাশ সম্বন্ধীয় গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰা হৈছে

ସମକକ୍ଷ : অর্থপূর্ণ, গুৰুত্বপূর্ণ