ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দুজন পুৰুষ বা দুটা দলৰ মাজত হোৱা প্রতিযোগীতামূলক দ্বন্দ্ব
ଉଦାହରଣ : তাত দ্বন্দ্বযুদ্ধ চলি আছে
ସମକକ୍ଷ : দ্বন্দ্বযুদ্ধ
ଅର୍ଥ : দুজন পালোৱানে ইজনে সিজনক মোটোকাই ধৰিবলৈ বা লুটি খুৱাই পেলাবলৈ কৰা যুঁজ
ଉଦାହରଣ : মোহনে কুস্তি খেলিবৰ কাৰণে সদায় কচৰৎ কৰে
ସମକକ୍ଷ : কুস্তি, মল্লক্রীড়া, মল্লযুঁজ, মালযুঁজ, মালাড়ি, ৰেচলিং
ସଂସ୍ଥାପନ କରନ୍ତୁ