ଅର୍ଥ : আম গছৰ ফুল
ଉଦାହରଣ :
বসন্ত ঋতুৰ আগমনৰ লগে লগে আম গছত মল লাগিবলৈ ধৰে
ଅର୍ଥ : যি অংশইদি শৰীৰৰ ভিতৰৰ মলভাগ বাহিৰ হয়
ଉଦାହରଣ :
গুহ্যদ্বাৰৰ ভালদৰে পৰিষ্কাৰ কৰি ভালেমান ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি
ସମକକ୍ଷ : গুহ্য দ্বাৰ, গুহ্যদ্বাৰ, পায়ু, পোকৰ, মলদ্বাৰ
ଅର୍ଥ : শৰীৰৰ পৰা ওলোৱা অশুদ্ধি বা বিকাৰ
ଉଦାହରଣ :
মনুস্মৃতি অনুসৰি শৰীৰত বাৰ প্রকাৰৰ মল থাকে, সেইবোৰ হʼল মেদ, শুক্র, ৰক্ত, মজ্জা, মূত্র, বিষ্ঠা, কাণৰ মল, নখ, কফ, চকুপানী, ঘাম আৰু শৰীৰত জমা হোৱা মল