ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মল   বিশেষ্য

ଅର୍ଥ : আম গছৰ ফুল

ଉଦାହରଣ : বসন্ত ঋতুৰ আগমনৰ লগে লগে আম গছত মল লাগিবলৈ ধৰে

ଅର୍ଥ : যি অংশইদি শৰীৰৰ ভিতৰৰ মলভাগ বাহিৰ হয়

ଉଦାହରଣ : গুহ্যদ্বাৰৰ ভালদৰে পৰিষ্কাৰ কৰি ভালেমান ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি

ସମକକ୍ଷ : গুহ্য দ্বাৰ, গুহ্যদ্বাৰ, পায়ু, পোকৰ, মলদ্বাৰ

ଅର୍ଥ : জীৱই গুহ্যদ্বাৰেৰে ত্যাগ কৰা বর্জিত পদার্থ

ଉଦାହରଣ : গাহৰিয়ে গুও খায়

ସମକକ୍ଷ : অষ্ঠীলা, গু, পায়খানা, পুৰীষ, বিষ্ঠা, শৌচ

ଅର୍ଥ : শৰীৰৰ পৰা ওলোৱা অশুদ্ধি বা বিকাৰ

ଉଦାହରଣ : মনুস্মৃতি অনুসৰি শৰীৰত বাৰ প্রকাৰৰ মল থাকে, সেইবোৰ হʼল মেদ, শুক্র, ৰক্ত, মজ্জা, মূত্র, বিষ্ঠা, কাণৰ মল, নখ, কফ, চকুপানী, ঘাম আৰু শৰীৰত জমা হোৱা মল

ଅର୍ଥ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

ଉଦାହରଣ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

ସମକକ୍ଷ : ময়লা, লেতেৰা

ଅର୍ଥ : যিপাহ ফুলে পাহি মেলা নাই:কলিবিলাক ছিঙা কাৰণে মালীয়ে লʼৰা-ছোৱালীবোৰক গালি পাৰিছে

ଉଦାହରଣ :

ସମକକ୍ଷ : কলি, কুসুমকলি, কোৰক, নুফুলা ফুল, ফুলকলি, ফুলৰ কলি, মুকুল