ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
ଉଦାହରଣ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
ସମକକ୍ଷ : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি
ଅର୍ଥ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
ଉଦାହରଣ : সাধুসকল মোহত নপৰে
ସମକକ୍ଷ : মোহ
ଅର୍ଥ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা
ଉଦାହରଣ : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল
ସମକକ୍ଷ : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ
ଅର୍ଥ : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
ଉଦାହରଣ : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ