ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আকাশৰ উত্তৰ-দক্ষিণ দিশত অৱস্থিত তৰাৰ একোটা ডাঙৰ থূপ বা সমষ্টি
ଉଦାହରଣ : আমি তাৰকাগৃহত আকাশীগংগাৰ মনোমোহা দৃশ্য দেখিলোঁ
ସମକକ୍ଷ : আকাশীগংগা
ଅର୍ଥ : ধর্মগ্রন্থত ্মোক্ষদায়িনী হিচাপে অভিহিত কৰা ভাৰতবর্ষৰ এখন ্প্রধান নদী
ଉଦାହରଣ : ধর্ম-্শাস্ত্র অনুসৰি ৰজা ভগীৰথে গংগা নদীক ্স্বর্গৰ ্পৰা পৃথিৱীলৈ বোৱাই আনিছিল
ସମକକ୍ଷ : গংগা, গংগা নদী, গায়ত্রী, জাহ্নৱী, ভাগীৰথী, মহাভদ্রা
ସଂସ୍ଥାପନ କରନ୍ତୁ