ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
ଉଦାହରଣ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
ସମକକ୍ଷ : নি্র্যাস, ৰস
ଅର୍ଥ : যি প্রবল নহয়
ଉଦାହରଣ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
ସମକକ୍ଷ : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া
ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত
ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ସମକକ୍ଷ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া
ଅର୍ଥ : যাৰ শক্তি আৰু গতি কমি গৈছে
ଉଦାହରଣ : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে
ସମକକ୍ଷ : ধীৰ, মন্থৰ, মেদা, লেদা, লেহেম, শ্লথ
ସଂସ୍ଥାପନ କରନ୍ତୁ