ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মন্ত্র ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মন্ত্র   বিশেষ্য

ଅର୍ଥ : বেদৰ যি বাক্যৰ দ্বাৰা যজ্ঞ আদি কৰাৰ বিধান আছে

ଉଦାହରଣ : প্রাচীন কালত বেদমন্ত্রৰ পাঠ কৰা হৈছিল

ସମକକ୍ଷ : বেদমন্ত্র, বৈদিক ছন্দ

ଅର୍ଥ : কোনো কাম সোনকালে হৈ যোৱা উপায় বা কোনো কাম কৰাৰ বিশেষ ধৰণ বা পদ্ধতি

ଉଦାହରଣ : এই কামটো সোনকালে হোৱাৰ কিবা বিশেষ উপায় এটা কওক

ସମକକ୍ଷ : গূঢ়তত্ত্ব, বিশেষ উপায়, মূলমন্ত্র

ଅର୍ଥ : যি শ্্ব্দ বা বাক্যৰ জপ ইষ্ট সিদ্ধি বা কোনো দেৱতাক প্রসন্ন কৰিবৰ বাবে জপ কৰা হয়

ଉଦାହରଣ : পুৰোহিতে মহামৃত্যুঞ্জয় মন্ত্রৰ জপ কৰি আছে

ସମକକ୍ଷ : স্তুতি মন্ত্র