ଅର୍ଥ : একাগ্র মনেৰে কোনো এক বিষয়ত লাগি থকা কার্য
ଉଦାହରଣ :
মনোযোগৰ অবিহনে সফলতা লাভ কৰিব নোৱাৰি
ଅର୍ଥ : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
ଉଦାହରଣ :
সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
ସମକକ୍ଷ : একনিষ্ঠা, একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা