ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰুচিৰ অনুকূল বা ভাল লগা
ଉଦାହରଣ : এইয়া মোৰ পচন্দৰ খাদ্য
ସମକକ୍ଷ : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, ৰুচিকৰ
ଅର୍ଥ : মনলৈ অহা বা মনত হোৱা
ଉଦାହରଣ : কবি মহোদয়ে নিজৰ মনোমত ভাববোৰ কবিতাৰ মাধ্যমৰে শ্রোতাৰ সন্মুখত উপস্থাপন কৰিলে
ସମକକ୍ଷ : মনোগত, স্বগত
ସଂସ୍ଥାପନ କରନ୍ତୁ