ଅର୍ଥ : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
ଉଦାହରଣ :
মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
ସମକକ୍ଷ : ভাব, মনোভাবনা, মানসিক ভাব
ଅର୍ଥ : মনৰ অৱস্থা
ଉଦାହରଣ :
তেওঁৰ ্মানসিক অৱস্থা এতিয়া ভাল নহয়
ସମକକ୍ଷ : মনোবৃত্তি, মনোৱস্থা, মানসিক অৱস্থা, মানসিকতা