ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মনে মনে থকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মনে মনে থকা   ক্ৰিয়া

ଅର୍ଥ : শান্ত হৈ পৰা এক অৱস্থা

ଉଦାହରଣ : জলবায়ু অতি গৰম যদিও বতাহ শান্ত হৈ পৰিছে

ସମକକ୍ଷ : শান্ত হোৱা

ଅର୍ଥ : কথা নোকোৱা বা কথা নপতা

ଉଦାହରଣ : কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল

ସମକକ୍ଷ : অমাত হোৱা, চুপ থকা, চুপ-চাপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মূক হোৱা, মৌন হোৱা