ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চেনি আৰু মৌৰ দৰে সোৱাদৰ
ଉଦାହରଣ : এই ফলটো বৰ মিঠা
ସମକକ୍ଷ : মিঠা, মিষ্ট, শার্কৰ, সুমিষ্ট, ্মৌ-সনা
ଅର୍ଥ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
ଉଦାହରଣ : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
ସମକକ୍ଷ : মিঠা, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
ଅର୍ଥ : মন ভাল লগাব পৰা
ଉଦାହରଣ : বিদেশীসকলে কিছুমান মিঠা স্মৃতি আমাৰ মাজত এৰি গৈছে
ସମକକ୍ଷ : মিঠা
ସଂସ୍ଥାପନ କରନ୍ତୁ