ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
ଉଦାହରଣ : মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
ସମକକ୍ଷ : মদপী
ଅର୍ଥ : মদ পান কৰা ব্যক্তি
ଉଦାହରଣ : মদাহীটোৱে ঢলং-ঢপঙকৈ গৈ আছিল
ଅର୍ଥ : প্রায়েই অত্যধিক মদ পান কৰোতা
ଉଦାହରଣ : মদপী ৰমেশে সদায় মদ খাই ঘৰলৈ আহে
ଅର୍ଥ : মদ খাই থকা
ଉଦାହରଣ : মদাহী ড্রাইভাৰে গাড়ীখন গছত খুন্দা মাৰি দিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ