ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
ଉଦାହରଣ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
ସମକକ୍ଷ : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মনীষা, মেধা
ଅର୍ଥ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
ସମକକ୍ଷ : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মেধা
ଅର୍ଥ : সাগৰগর্ভত ্ পোৱা এবিধ মূল্যৱান ৰত্ন
ଉଦାହରଣ : গীতাই মুকুতাৰ আঙঠি পিন্ধিছে
ସମକକ୍ଷ : মুকুতা, মুকুতা-মণি, মুক্তা, মুক্তিকা, মৌক্তিক, মৌতি
ସଂସ୍ଥାପନ କରନ୍ତୁ