ଅର୍ଥ : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
ଉଦାହରଣ :
আইতাই ককাক ইংগিতেৰে মাতি আছে
ଅର୍ଥ : আমন্ত্রণ জনোৱা
ଉଦାହରଣ :
তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
ସମକକ୍ଷ : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
ଅର୍ଥ : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
ଉଦାହରଣ :
ৰাতিপুৱা চৰায়ে মাতে
ଅର୍ଥ : কোনো পৰিচিতৰ লগত কথা কোৱা
ଉଦାହରଣ :
আজিকালি শীলাই মোক নামাতে