ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি
ଉଦାହରଣ : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে
ସମକକ୍ଷ : বিচাৰ, ৰায়
ଅର୍ଥ : ঋষি আদিৰ মান্য উপদেশ
ଉଦାହରଣ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
ସମକକ୍ଷ : বাদ, সিদ্ধান্ত
ଅର୍ଥ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
ଉଦାହରଣ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
ସମକକ୍ଷ : বাদ, মতবাদ, সিদ্ধান্ত
ଅର୍ଥ : মনত উদয় হোৱা কথা
ଉଦାହରଣ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
ସମକକ୍ଷ : খিয়াল, খেয়াল, বিচাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ