ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মত   বিশেষ্য

ଅର୍ଥ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

ଉଦାହରଣ : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

ସମକକ୍ଷ : বিচাৰ, ৰায়

ଅର୍ଥ : ঋষি আদিৰ মান্য উপদেশ

ଉଦାହରଣ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

ସମକକ୍ଷ : বাদ, সিদ্ধান্ত

ଅର୍ଥ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

ଉଦାହରଣ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

ସମକକ୍ଷ : বাদ, মতবাদ, সিদ্ধান্ত

ଅର୍ଥ : মনত উদয় হোৱা কথা

ଉଦାହରଣ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

ସମକକ୍ଷ : খিয়াল, খেয়াল, বিচাৰ