ଅର୍ଥ : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা
ଉଦାହରଣ :
সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে
ଅର୍ଥ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
ଉଦାହରଣ :
তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
ସମକକ୍ଷ : পৰিধি
ଅର୍ଥ : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ
ଉଦାହରଣ :
উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে