ଅର୍ଥ : মণিপুৰত কোৱা ভাষা
ଉଦାହରଣ :
তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে
ଅର୍ଥ : মণিপুৰৰ অধিবাসী
ଉଦାହରଣ :
আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল
ଅର୍ଥ : মণিপুৰত থকা বা বসতি কৰা
ଉଦାହରଣ :
কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব
ଅର୍ଥ : মণিপুৰৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ
ଅର୍ଥ : মণিপুৰী ভাষাত ৰচিত
ଉଦାହରଣ :
তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?