ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মণি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মণি   বিশেষ্য

ଅର୍ଥ : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ

ଉଦାହରଣ : সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল

ସମକକ୍ଷ : মণি-মাণিক্য, মাণিক

ଅର୍ଥ : বিন্ধা কৰিও পিন্ধিব পৰা এবিধ ৰত্ন

ଉଦାହରଣ : সীমাই মণিৰ মালা পিন্ধিছে

ଅର୍ଥ : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি

ଉଦାହରଣ :

ସମକକ୍ଷ : অক্ষিগোল, অক্ষিতাৰকা, চকুৰ মণি, নেত্রতাৰকা, নয়নতৰা, নয়নমণি