ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মডেল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মডেল   বিশেষ্য

ଅର୍ଥ : কৃত্রিমভাৱে উৎপাদিত হোৱা কোনো বস্তুৰ প্রকাৰ

ଉଦାହରଣ : মটৰ গাড়ীৰ এইটো মডেল বহুত পুৰণা

ଅର୍ଥ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

ଉଦାହରଣ : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

ସମକକ୍ଷ : আর্হি, নমুনা

ଅର୍ଥ : টিভি, ৰেডিঅʼ আদিৰ মাধ্যমেৰে বা দর্শকৰ সন্মুখত, প্রত্যক্ষ ৰূপত নতুনকৈ উৎপাদিত হোৱা কোনো বস্তুৰ প্রচাৰ চলোৱা ব্যক্তি

ଉଦାହରଣ : মডেলো এক প্রকাৰৰ কলাকাৰ