ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মূৰৰ ভিতৰৰ সাৰ অংশ
ଉଦାହରଣ : মগজুৰ সংৰচনা বৰ জটিল
ସମକକ୍ଷ : ঘিউ, মস্তিষ্ক, মাথা
ଅର୍ଥ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
ଉଦାହରଣ : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
ସମକକ୍ଷ : চিত্ত, পেট, মন, মানস
ଅର୍ଥ : মগজ সম্বন্ধীয়
ଉଦାହରଣ : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
ସମକକ୍ଷ : মস্তিষ্ক, মূৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ