ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ মইমতালি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

মইমতালি   বিশেষ্য

ଅର୍ଥ : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা

ଉଦାହରଣ : ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল

ସମକକ୍ଷ : স্বেচ্ছাচাৰিতা

ଅର୍ଥ : আনে নিবিচাৰিলেও নিজৰ ইচ্ছানুসৰি কোনো কাম আদি কৰা বা কৰোৱা কার্য

ଉଦାହରଣ : তোমাৰ মইমতালি ইয়াত নচলিব

ସମକକ୍ଷ : যথেচ্ছাৰিতা, স্বেচ্ছাচাৰ, স্বৈৰাচাৰ