ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ଉଦାହରଣ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
ସମକକ୍ଷ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
ଅର୍ଥ : সংসাৰ ৰূপী সাগৰ
ଉଦାହରଣ : প্রকৃত গুৰুৱেহে আমাক ভৱসাগৰ পাৰ কৰাব পাৰিব
ସମକକ୍ଷ : ভৱ সাগৰ, ভৱ-সাগৰ, সংসাৰ সাগৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ