ଅର୍ଥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
ଉଦାହରଣ :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
ସମକକ୍ଷ : দলিওৱা, নিক্ষেপ কৰা, পেলাই দিয়া
ଅର୍ଥ : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
ଉଦାହରଣ :
এই টেমাটোত সাত কিলো আটা সোমায়
ସମକକ୍ଷ : সোমোৱা
ଅର୍ଥ : কোনো বস্তু কিহবাৰ ওপৰত দিয়া
ଉଦାହରଣ :
লʼৰাটোৱে মুখত কলমটো ভৰালে
ଅର୍ଥ : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
ଉଦାହରଣ :
পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
ସମକକ୍ଷ : ভৰা