ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
ଉଦାହରଣ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
ସମକକ୍ଷ : আস্থা, প্রতীতি, প্রত্যয়, বিশ্বাস, সঁ্জাত, সঞ্জাত
ଅର୍ଥ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
ଉଦାହରଣ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
ଅର୍ଥ : যাৰ ওপৰত আশা কেন্দ্রিত হৈ থাকে
ଉଦାହରଣ : জয়ৰ বাবে আপুনিয়েই মোৰ আশামোৰ বাবে আপুনিয়েই এক আশা আছিল আৰু আপুনিয়ে উত্তৰ দি দিলে
ସମକକ୍ଷ : আশা
ସଂସ୍ଥାପନ କରନ୍ତୁ