ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভয়ংকৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভয়ংকৰ   বিশেষণ

ଅର୍ଥ : যিটো ভয়েৰে ভৰি আছে

ଉଦାହରଣ : ভয়ানক পৰিৱেশত থকাটো বিপদজনক

ସମକକ୍ଷ : ভীতিজনক, ভীষণ, ভয়ানক, ভয়াবহ, শংকাজনক

ଅର୍ଥ : যিটো দেখিবলৈ ভয় লগা:মহিষাসুৰক মাৰিবলৈ মা কালীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল

ଉଦାହରଣ :

ସମକକ୍ଷ : বিকট, ভয়ানক

ଅର୍ଥ : প্রয়োজনতকৈ অধিক

ଉଦାହରଣ : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল

ସମକକ୍ଷ : অত্যধিক, ভীষণ, ভয়ানক

ଅର୍ଥ : বহুত গভীৰ পৰিণতিযুক্ত

ଉଦାହରଣ : হত্যা এক ঘোৰ অপৰাধ

ସମକକ୍ଷ : ঘোৰ, ডাঙৰ, ভীষণ