ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
ଉଦାହରଣ : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
ସମକକ୍ଷ : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, পৰিভ্রমণ
ଅର୍ଥ : ঘূৰা-ফুৰা কার্য
ଉଦାହରଣ : ৰামে ইফালে-সিফালে বিচৰণ কৰি আছে
ସମକକ୍ଷ : চলা-ফুৰা, বিচৰণ
ଅର୍ଥ : এঠাইৰ পৰা অন্য কোনো দূৰৱর্তী ঠাইলৈ যোৱা কার্য
ଉଦାହରଣ : তেওঁৰ ্যাত্রা সফল হʼল তেওঁ ভ্রমণ কৰি আছে
ସମକକ୍ଷ : চফৰ, যাত্রা
ଅର୍ଥ : কোনো বিশেষ কামৰ নিৰীক্ষণৰ কাৰণে এঠাইৰ পৰা অন্য ঠাইলৈ যোৱা কার্য
ଉଦାହରଣ : প্রধানমন্ত্রীয়ে ভূমিকম্প গ্রস্ত এলেকাৰ ভ্রমণ কৰিবলে গৈছে
ସଂସ୍ଥାପନ କରନ୍ତୁ