ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
ଉଦାହରଣ : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
ସମକକ୍ଷ : আহাৰ কৰা, খোৱা, গিলা, ভক্ষণ কৰা
ଅର୍ଥ : ততাতৈয়াকৈ খোৱা কার্য
ଉଦାହରଣ : বাঘটোৱে শহাপহুটো ভক্ষণ কৰিলে
ସମକକ୍ଷ : ভক্ষণ কৰা
ଅର୍ଥ : বাহি থোৱা ভোজন গ্রহণ কৰা
ଉଦାହରଣ : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
ସମକକ୍ଷ : খোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ