ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
ଉଦାହରଣ : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
ସମକକ୍ଷ : কামী, কামুক, বিষয়ী, লম্পট
ଅର୍ଥ : যাৰ কামবাসনা বহুত
ଉଦାହରଣ : তেওঁ এজন ্কামুক ব্যক্তি
ସମକକ୍ଷ : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, কামুক, বিষয়ী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
ଅର୍ଥ : বিষয় আদিৰ ভোগ কৰোঁতা
ଉଦାହରଣ : বিষয়াসক্ত ব্যক্তি যদি অসংযমিত হৈ পৰে তেতিয়া তেওঁ ্ৰোগগ্রস্থ হৈ পৰে
ସମକକ୍ଷ : বিষয়াসক্ত, বিষয়ী
ସଂସ୍ଥାପନ କରନ୍ତୁ