ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বস্তুৰ উপভোগ কৰা বা সুখভোগ কৰা এক অৱস্থা
ଉଦାହରଣ : এতিয়া আমাৰ ভোগবিলাসৰ দিন পাৰ হʼল
ସମକକ୍ଷ : ভোগবিলাস
ଅର୍ଥ : সুবিধা ভোগ কৰা কার্য
ଉଦାହରଣ : সামন্ত যুগত বেছিভাগ ধনৱান লোকে ভোগ-বিলাসতে নিজৰ জীৱন অতিবাহিত কৰিছিল
ସମକକ୍ଷ : উপভোগ, সম্ভোগ, সুখ-ভোগ
ସଂସ୍ଥାପନ କରନ୍ତୁ