ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো দেৱ-দেৱতাক অর্চন ্ কৰা ভোগ সামগ্রী:ভগৱানৰ পূজাত নৈবেদ্য দিছে
ଉଦାହରଣ :
ସମକକ୍ଷ : নৈবেদ্য, শৰাই
ଅର୍ଥ : কোনো বস্তুৰ ব্যৱহাৰ কৰি সুখ বা মজা লোৱা কার্য
ଉଦାହରଣ : এই কার্যালয়টোৰ সকলো বিষয়ববীয়াই কার্যালয়ৰ বস্তুবোৰৰ খুউব উপভোগ কৰে
ସମକକ୍ଷ : উপভোগ
ଅର୍ଥ : সুখ-দুখ আদিৰ অনুভৱ কৰা কার্য
ଉଦାହରଣ : মানুহে নিজৰ ্কর্মৰ ফল ্ভোগ কৰিবলগীয়া হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ