ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
ଉଦାହରଣ : উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
ସମକକ୍ଷ : উপভোক্তা
ଅର୍ଥ : যিয়ে খায়
ଉଦାହରଣ : সিংহ এবিধ মাংসভোজী জন্তু
ସମକକ୍ଷ : আহাৰার্থী, আহাৰী, খাওঁ্তা, খাদক, খাৱৈয়া, ভক্ষক, ভক্ষণকাৰী, ভক্ষী, ভক্ষ্য, ভোজক, ভোজনকাৰী, ভোজী
ସଂସ୍ଥାପନ କରନ୍ତୁ