ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ ভোক লাগিছে
ଉଦାହରଣ : আমি ভোকাতুৰক আহাৰ খুওৱা উচিত
ଉଦାହରଣ : মাকে ভোকাতুৰ শিশুটোক গাখীৰ খুৱাইছে
ସମକକ୍ଷ : ক্ষুধাতুৰ, ক্ষুধান্বিত, ক্ষুধার্ত, ক্ষুধিত, বুভুক্ষিত, ভুকীয়া, ভুখাৰি, ভোকাল
ଅର୍ଥ : যাৰ সদায় ভোক লাগি থাকে
ଉଦାହରଣ : ভোকাতুৰ ব্যক্তিয়ে সদায় কিবা নহয় কিবা খাই থাকে
ଅର୍ଥ : যি ভোকত মৰো মৰো হয়
ଉଦାହରଣ : আজিকালি চহৰৰ ৰাস্তাত বহুতো ভোকাতুৰক ভিক্ষা খোজা দেখা যায়
ସମକକ୍ଷ : ক্ষুধার্ত, ক্ষুধিত, ভোকত মৰা-, ্ভোকাল
ସଂସ୍ଥାପନ କରନ୍ତୁ