ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব
ଉଦାହରଣ : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল
ସମକକ୍ଷ : অনৈক্য, অমিল, ফাট, বিভাজন, বিভেদ
ଅର୍ଥ : সমান নোহোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : এই দুয়োটা বস্তুৰ মাজত বহুত পার্থক্য আছে
ସମକକ୍ଷ : অসমানতা, পার্থকয্, প্রভেদ, ভিন্নতা
ସଂସ୍ଥାପନ କରନ୍ତୁ