ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভেটি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভেটি   বিশেষ্য

ଅର୍ଥ : শুভ কাম বা ধর্মীয় অনুষ্ঠান কৰিবৰ কাৰণে সাজি লোৱা আচ্ছাদনযুক্ত ভূমি

ଉଦାହରଣ : তেওঁ বেদীত বহি কথা কৈ আছে

ସମକକ୍ଷ : বেদিকা, বেদী

ଅର୍ଥ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য

ଉଦାହରଣ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়

ସମକକ୍ଷ : উপঢৌকন, পাৰিতোষিক

ଅର୍ଥ : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ

ଉଦାହରଣ : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব

ସମକକ୍ଷ : উঁহ, গুৰি, বুনিয়াদ