ଅର୍ଥ : নাটক আদিত কোনো চৰিত্রৰ অভিনয়
ଉଦାହରଣ :
এই চিনেমাখনত অমিতাভৰ ভূমিকা অভিনৱ আছিল
ଅର୍ଥ : কোনো কিতাপ আদিৰ আৰম্ভণিতে থকা বক্তব্য যাৰ দ্বাৰা কিতাপখনৰ বিষয়ে জানিব পাৰি
ଉଦାହରଣ :
এই কিতাপখনৰ ভূমিকা বহুত ভাবি-চিন্তি লিখা হৈছে
ସମକକ୍ଷ : অৱতৰণিকা, পাতনি, প্রস্তাৱনা, প্রাক্-কথন, প্রাক্কথন, মুখবন্ধ