ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৃথিৱীৰ উপৰিভাগত আৰু অন্য ভাগ তথা সকলো ঠাইতে পোৱা যোৱা পদার্থ
ଉଦାହରଣ : ইয়াৰ মাটি বৰ ভাল
ସମକକ୍ଷ : মাটি, মৃত্তিকা, মৃৎ
ଅର୍ଥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ଉଦାହରଣ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
ସମକକ୍ଷ : ক্ষেত্র, জেগা, ঠাই, থল, থান, প্রদেশ, স্থল, স্থান
ସଂସ୍ଥାପନ କରନ୍ତୁ