ଅର୍ଥ : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা
ଉଦାହରଣ :
গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল
ସମକକ୍ଷ : আতংকগ্রস্ত হোৱা, আতংকিত হোৱা, ত্রাসিত হোৱা, থৰহৰি কম্পমান হোৱা, পেপুৱা লগা, ভীতি-বিহ্বল হোৱা, ভয়তে মূচকচ যোৱা