ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভাষণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভাষণ   বিশেষ্য

ଅର୍ଥ : বহুতো মানুহৰ সন্মুখত কোনো বিষয়ে কোৱা বিস্তাৰিতভাৱে কোৱা কথা

ଉଦାହରଣ : গান্ধীজীৰ ভাষণ শুনিবৰ কাৰণে দূৰ-দূৰণৰ পৰা মানুহ আহিছিল

ସମକକ୍ଷ : বক্তৃতা

ଅର୍ଥ : কাৰোবাৰ আগত কোনো বিশেষ বিষয়ত দিয়া মৌখিক ্বর্ণ্্না

ଉଦାହରଣ : আজি দহ বজাত গুৰুদেৱৰ বক্তৃতা আছে

ସମକକ୍ଷ : অভিভাষণ, বক্তৃতা

ଅର୍ଥ : কোনো বিষয়ত কোৱা এনেকুৱা কথা যি কোনো বিষয় স্পষ্ট কৰি দিয়ে

ଉଦାହରଣ : যৌতুক সম্পর্কীয় ্তেওঁৰ ্ভাষণ কিছু প্রশংসাসূচক আছিল

ସମକକ୍ଷ : বক্তব্য