ଅର୍ଥ : আনন্দ পাওঁতে অনুভৱ হোৱা
ଉଦାହରଣ :
এই দৃশ্যটো মোৰ ভাল লাগিছে
ସମକକ୍ଷ : মন ভুলোৱা, মনঃপুত হোৱা, সুখপ্রদ লগা
ଅର୍ଥ : ৰুচিৰ অনুকূল হোৱা
ଉଦାହରଣ :
আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই মোৰ এই কামটো ভাল লগা নাই
ସମକକ୍ଷ : পচন্দ হোৱা, মন লগা, মনঃপুত হোৱা, মনোমত হোৱা, ৰুচিকৰ হোৱা