ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভাল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভাল   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য

ଉଦାହରଣ : সকলোৰে মংগল হোৱা কাম কৰা উচিত

ସମକକ୍ଷ : কল্যাণ, মংগল, লাভ, হিত

ଅର୍ଥ : উত্তম হোৱাৰ অৱস্থা

ଉଦାହରଣ : চৰিত্র ভালেই সকলো ভাল

ସମକକ୍ଷ : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা

ଅର୍ଥ : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য

ଉଦାହରଣ : সৎলোকে সকলোৰে উপকাৰ সাধে

ସମକକ୍ଷ : উপকাৰ, হিত

ଅର୍ଥ : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা

ଉଦାହରଣ : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত

ସମକକ୍ଷ : কল্যাণ, মংগল, মঙ্গল, শুভ

ଅର୍ଥ : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ

ଉଦାହରଣ : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে

ସମକକ୍ଷ : অগ্রশিৰ, আগমূৰ, কপাল, ললাট

ভাল   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়

ଉଦାହରଣ : আজি শচীনে ভাল খেলিলে

ସମକକ୍ଷ : বঢ়িয়া, ভালদৰে

ভাল   বিশেষণ

ଅର୍ଥ : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে

ଉଦାହରଣ : মোৰ ভাল , আপোনাৰ ভালনে ?

ସମକକ୍ଷ : বঢ়িয়া

ଅର୍ଥ : যি ৰুচিৰে ভৰপূৰ

ଉଦାହରଣ : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে

ସମକକ୍ଷ : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক

ଅର୍ଥ : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়

ଉଦାହରଣ : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই

ସମକକ୍ଷ : উত্তম, সৎ

ଅର୍ଥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

ଉଦାହରଣ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

ସମକକ୍ଷ : সজ্জন, সাধু, সুজন, সৎ

ଅର୍ଥ : যি গুণেৰে ভৰা

ଉଦାହରଣ : গুণসম্পন্ন বস্তুৰ দাম বেছি হʼলেও বেছি দিন যায়

ସମକକ୍ଷ : গুণজ্ঞ, গুণপূর্ণ, গুণবাচক, গুণবোধক, গুণমণ্ডিত, গুণময়, গুণযুক্ত, গুণসম্পন্ন, গুণান্বিত, গুণী, গুণৱন্ত, গুণৱান, ্গুণাত্মক

ଅର୍ଥ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই

ଉଦାହରଣ : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ

ସମକକ୍ଷ : বঢ়িয়া

ଅର୍ଥ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে

ଉଦାହରଣ : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল

ସମକକ୍ଷ : বঢ়িয়া

ଅର୍ଥ : যিটো অশ্লীল নহয়

ଉଦାହରଣ : তেওঁ ্ মার্জিত সাহিত্য পঢ়ি আনন্দ লৈছে

ସମକକ୍ଷ : মার্জিত, শ্লীল