ଅର୍ଥ : পৰিশ্রম কৰি কৰি আৰু পৰিশ্রম কৰিব নোৱাৰা হোৱা অৱস্থা
ଉଦାହରଣ :
ইমান কাম কৰাৰ পিছতো তেওঁৰ ্ ভাগৰ লগা নাই
ସମକକ୍ଷ : অৱস হোৱা, অৱসন্ন কৰা, ক্লান্ত হোৱা, ক্লান্ত-শ্রান্ত হোৱা, ভাগৰা, লেবেজান হোৱা পৰিশ্রান্ত হোৱা
ଅର୍ଥ : ভাগৰি যোৱা কার্য
ଉଦାହରଣ :
লʼৰাটোৰ পিছত দৌৰি-দৌৰি মাকৰ ভাগৰ লাগিল