ଅର୍ଥ : ভাগৰুৱা অৱস্থা বা ভাৱ
ଉଦାହରଣ :
খেতিয়কে গছৰ ছাঁত বহি ভাগৰ পলুৱাই আছে
ସମକକ୍ଷ : ক্লান্তি, পৰিশ্রান্তি, শ্রান্তি
ଅର୍ଥ : গোটেই ৰাতি জাগি থকাৰ কাৰণে দেহ-মনলৈ অহা অৱসাদ
ଉଦାହରଣ :
বাইদেউৰ বিয়াৰ পিছৰ ভাগৰ এতিয়াও মৰা নাই