ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভাগ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভাগ   বিশেষ্য

ଅର୍ଥ : সমষ্টি বা সমূহৰ কোনো অংশ

ଉଦାହରଣ : ইয়াৰ মাজ ভাগ কিছু শকত

ସମକକ୍ଷ : অংশ

ଅର୍ଥ : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে

ଉଦାହରଣ : কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়

ସମକକ୍ଷ : ক্ষেত্র

ଅର୍ଥ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ଉଦାହରଣ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

ସମକକ୍ଷ : অংগ, অংশ, খণ্ড, টুকুৰা, বিভাগ

ଅର୍ଥ : কোনো কামত সন্মিলিত হোৱা কার্য

ଉଦାହରଣ : তেওঁ খেল প্রতিযোগিতাত ভাগ নলয়

ସମକକ୍ଷ : অংশগ্রহণ

ଅର୍ଥ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

ଉଦାହରଣ : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

ସମକକ୍ଷ : অংশ

ଅର୍ଥ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

ଉଦାହରଣ : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

ସମକକ୍ଷ : অংশ

ଅର୍ଥ : দূৰলৈ পঠোৱা বা দূৰ কৰা কার্য

ଉଦାହରଣ : ভাগ ইয়াৰ পৰা, নহʼলে খুব মাৰ খাবি

ସମକକ୍ଷ : যা, যা ভাগ

ଅର୍ଥ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

ଉଦାହରଣ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

ସମକକ୍ଷ : খণ্ড, টুকুৰা

ଅର୍ଥ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ