ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভদ্র ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভদ্র   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : শিষ্ট ৰূপত বা শিষ্টতা সহিত

ଉଦାହରଣ : সকলোৰে লগত শিষ্টতাপূর্বক ব্যৱহাৰ কৰিব লাগে

ସମକକ୍ଷ : শিষ্ট, শিষ্টতাপূর্বক, শিষ্টাচাৰপূর্বক, ্শালীনতাসুলভ

ভদ্র   বিশেষণ

ଅର୍ଥ : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে

ଉଦାହରଣ : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি

ସମକକ୍ଷ : পৰিমার্জিত, পৰিশীলিত, ভব্য, মার্জিত, শিষ্ট, সভ্য, ৰুচিবান