ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শিষ্ট ৰূপত বা শিষ্টতা সহিত
ଉଦାହରଣ : সকলোৰে লগত শিষ্টতাপূর্বক ব্যৱহাৰ কৰিব লাগে
ସମକକ୍ଷ : শিষ্ট, শিষ্টতাপূর্বক, শিষ্টাচাৰপূর্বক, ্শালীনতাসুলভ
ଅର୍ଥ : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
ଉଦାହରଣ : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
ସମକକ୍ଷ : পৰিমার্জিত, পৰিশীলিত, ভব্য, মার্জিত, শিষ্ট, সভ্য, ৰুচিবান
ସଂସ୍ଥାପନ କରନ୍ତୁ